sweet
#kaju #barfee
সৰু কাপ দি 4 কাপ কাজু ভালদৰে মিক্সিত গুৰি কৰি ললোঁ।দুই কাপ ৰ অলপ কম চেনী ৰ লগত এক কাপ পানী দি চেনী ৰ ৰস বনালো।চেনী গলি আঠা ৰ দৰে হোৱাত কাজু গুৰি খিনি অলপ অলপ কৈ ঢালি লৰাই আছোঁ।আটাইখিনি ভালদৰে মিহলি হোৱাত আধা কাপ পাউদাৰ গাখীৰ দিলোঁ।লৰাই লৰাই কিছু সময় পিছত 3 চাহ চামুচ ঘি দিলোঁ।আকৌ লৰাই শুকাই পেন ৰ পৰা এৰ খোৱাত গেছ অফ কৰিলোঁ।অলপ ঠাণ্ডা হোৱাত ঘি লগোৱা বাটাৰ পেপাৰ ত থৈ বেলি ললোঁ।ঠাণ্ডা হোৱাত কাটি ললোঁ।
Comments
Post a Comment