poori

#pumpkin #poori 
  এক কাপ সৰু টুকুৰা কৰি লোৱা ৰঙালাও অলপ সিজাই ললোঁ।পিছত তাত কাটি লোৱা ধনীয়া পাত chilli flakes আৰু জিৰা দি পিটিকি ললোঁ।ডেৰ কাপ আটা ৰ লগত নিমখ,অলপ ৰিফাইন আৰু ৰঙালাও পিটিকা খিনি দি ভালদৰে মাৰি ললোঁ।তাৰ পিছত বল বনাই বেলি ৰিফাইন ত ভাজিলোঁ।

Comments

Popular posts from this blog

Assamese ketli pitha

dry fruits malpoa suji halwa

Assamese jolpan