Assamese ketli pitha
চাউল ৰ গুৰি ৰ লগত চেনী নিমখ নাৰিকল আৰু tutti fruti ভালদৰে মিহলাই লৈ পিছত পানী অলপ অলপ কৈ ছটিয়াই জৰজৰিয়া মিশ্ৰণ এটা ৰেডি কৰিলোঁ।পিছত কেটলি ৰ ঢাকোণী ত দি steam কৰিলোঁ।
মিশ্ৰণ টো মই পিছত চালি লোৱা নহল বাবে মিহি নহল পিঠা কেইটা আৰু চাউল খিনি হালধি পানী ত তিয়াই থৈছিলোঁ বাবে হালধীয়া হল দেই।
Comments
Post a Comment