sweet beson laddo Get link Facebook X Pinterest Email Other Apps May 23, 2020 #sweet #beson #laddo আধা কাপ ঘি ৰ লগত এক কাপ বেচন দি কম জুইত ভালদৰে ভাজিলোঁ।ভজা হোৱাত নমাই অলপ ঠাণ্ডা হব দিলোঁ।তাৰ পিছত আধা চামুচ ইলাচি গুৰি আৰু আধা কাপ পাউদাৰ চেনী মিহলাই লৈ পিছত এটা এটা কৈ লাৰু বনালো। Get link Facebook X Pinterest Email Other Apps Comments
dry fruits malpoa suji halwa May 13, 2020 #dryfruits #malpoa #suji #halwa দুই কাপ ময়দা,এক চিকুত নিমখ,চেনী,চফ গুটি অলপ,কাটি লোৱা কাজু ,কিছমিছ, পিছটা , শুকান নাৰিকল এক কাপ আৰু বেকিং পাউদাৰ এক চামুচ ৰ কম দি ভালদৰে মিহলাই পিছত গাখীৰ দি পাতল ঘোল এটা বনাই 15 মিনিট মান ৰাখিলো।তাৰ পিছত কেৰাহীত ঘি গৰম কৰি এটা এটা কৈ মচলপোৱা কেইটা বনালো। আধা কাপ ঘি গৰম কৰি এক কাপ চুজি দি ভালদৰে ভাজিলোঁ।তাত কাজু অলপ দিলোঁ।ভালকৈ ভজা হোৱাত বীট ৰ ৰস ৰ সৈতে দুই কাপ পানী দিলোঁ।লৰাই লৰাই পানী শুকাই অহাত চেনী আধা কাপ দিলোঁ।লৰাই লৰাই আকৌ চেনী গলি শুকান হৈ অহাত নমাই ত্ৰে এখন ত ৰাখিলো।ঠাণ্ডা হোৱাত কাটি ললোঁ। Read more
poori May 27, 2020 #pumpkin #poori এক কাপ সৰু টুকুৰা কৰি লোৱা ৰঙালাও অলপ সিজাই ললোঁ।পিছত তাত কাটি লোৱা ধনীয়া পাত chilli flakes আৰু জিৰা দি পিটিকি ললোঁ।ডেৰ কাপ আটা ৰ লগত নিমখ,অলপ ৰিফাইন আৰু ৰঙালাও পিটিকা খিনি দি ভালদৰে মাৰি ললোঁ।তাৰ পিছত বল বনাই বেলি ৰিফাইন ত ভাজিলোঁ। Read more
Assamese ketli pitha May 13, 2020 #কেটলি #পিঠা চাউল ৰ গুৰি ৰ লগত চেনী নিমখ নাৰিকল আৰু tutti fruti ভালদৰে মিহলাই লৈ পিছত পানী অলপ অলপ কৈ ছটিয়াই জৰজৰিয়া মিশ্ৰণ এটা ৰেডি কৰিলোঁ।পিছত কেটলি ৰ ঢাকোণী ত দি steam কৰিলোঁ। মিশ্ৰণ টো মই পিছত চালি লোৱা নহল বাবে মিহি নহল পিঠা কেইটা আৰু চাউল খিনি হালধি পানী ত তিয়াই থৈছিলোঁ বাবে হালধীয়া হল দেই। Read more
Comments
Post a Comment