idli
#cheese #paneer #idli
দুই কাপ চুজি ৰ লগত এক কাপ দৈ পানী অলপ আৰু নিমখ মিহলাই 20 মিনিট মান ৰাখিলো।তাৰ পিছত ধনীয়া পাত অলপ মটৰ ৰুকি লোৱা বীট অলপ ৰুকি লোৱা পনীৰ 200 গ্ৰাম আৰু প্ৰয়োজন হোৱাত আৰু অলপ পানী মিহলাই ললোঁ।তাৰ পিছত আধা চামুচ চডা মিহলাই ভালদৰে ফেটি ষ্টীল ৰ বাতি ত মিশ্ৰণ টো আধা বাতি দি তাৰ পিছত cheese slice দিলোঁ।তাৰ পিছত আকৌ অলপ চুজি ৰ মিশ্ৰণ তু দি কেৰাহীত steam কৰিলোঁ।
Comments
Post a Comment