uttapam
#peas #spinash #uttapam
আধা কাপ মটৰ,এক মুঠি পালেং শাক আদা আৰু কেঁচা জলকীয়া মিক্সিত পিচি ললোঁ।ডেৰ কাপ চুজি আধা কাপ আটা ৰ লগত অকণমান নিমখ,বেকিং পাউদাৰ দৈ এক কাপ পিচি লোৱা পালেং আৰু অকণমান পানী দি ঘোল টো বনালো।20 মিনিট তেনেকৈ ৰাখিলো।পিছত আৰু অলপ পানী এক চিকুত চডা দি মিশ্ৰণ টো ৰেডী কৰিলোঁ।ননষ্টিক টাৱা ত হেতা দি ঘোল টো দি ওপৰত sweet corn পিয়াজ আৰু বিলাহী দিলোঁ।ওপৰত ৰিফাইন অলপ ছটিয়াই দিলোঁ।ঢাকোণী লগাই কম জুইত ৰাখি পিছত লুটিয়াই দিলোঁ।
Comments
Post a Comment