uttapam

 #egg #uttapam
  ডেৰ কাপ ভাত খোৱা চাউল আৰু আধা কাপ উৰাদ ডাল 5 ঘণ্টা মান পানীত ত তিয়াই ৰাখি পিছত মিক্সিত পিচি লৈ আকৌ 5 ঘণ্টা মান ৰাখিলো।পিছত নিমখ আৰু প্ৰয়োজন মতে পানী অকণমান দি ঘোল টো ৰেডি কৰিলোঁ।ননষ্টিক টাৱা খন গৰম কৰি এক হেতা ঘোল দি অলপ বহলাই দিলোঁ।কাটি লোৱা ধনীয়া পাত আৰু জলকীয়া দিলোঁ।পিছত কণী এটা ভাঙি লৈ ওপৰত দি নিমখ অলপ ছটিয়াই দি ঢাকোন লগাই ৰাখিলো।পিছত লুটিয়াই আন টো ফাল ও ভজা হোৱাত নমাই চাটনি ৰ লগত পৰিবেশন কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat