uttapam
#vermicelli #uttapam
এক কাপ চেৱৈ আধা ঘন্টা মান অকণমান পানী ত তিয়াই ৰাখি পিছত মিক্সিত অলপ পিচি ললোঁ।তাৰ পিছত পিচি লোৱা চেৱৈ খিনি ৰ লগত আধা কাপ চুজি,নিমখ,আধা কাপ দৈ আৰু অকণমান বেকিং পাউদাৰ মিহলাই আকৌ 15 মিনিট মান ৰাখিলো।পিছত প্ৰয়োজন হোৱাত অকণমান পানী দি পেষ্ট ৰেডি কৰিলোঁ।টাৱা গৰম কৰি তেল অলপ মচি দিলোঁ।এক হেতা ঘোল দি তাৰ ওপৰত কাটি লোৱা জলকীয়া আৰু পিয়াজ দিলোঁ।ওপৰত তেল অলপ ছটিয়াই দিলোঁ।ঢাকোন লগাই medum flame ত ৰাখিলো।অলপ পিছত লুটিয়াই দি আৰু অলপ সময় টাৱা ত ৰাখি পিছত নমাই থলোঁ।
Comments
Post a Comment