tomato chutney

 #tomato #chilli  #garlic #chutney
  আধা কেজি বিলাহী কাটি মিক্সিত পিচি ললোঁ।পেন ত ৰিফাইন গৰম কৰি 20 ফুট মান নহৰু দিলোঁ।অলপ ভজা হোৱাত 10 টা মান শুকান জলকীয়া দিলোঁ।অলপ ভজা হোৱাত নমাই ঠাণ্ডা হোৱাত মিক্সিত পিচি ললো।পিছত নহৰু ভজা তেল খিনি ৰ লগত আৰু অলপ তেল দি সৰিয়হ,চফ আৰু হিং অলপ দিলোঁ।তাৰ পিছত বিলাহী খিনি দিলোঁ।লৰাই অলপ সময় ভাজি তাৰ পিছত নিমখ হালধি আৰু নহৰু জলকীয়া খিনি দিলোঁ।লৰাই ঢাকোন লগাই ৰাখিলো।মাজে মাজে লৰাই আছোঁ।পিছত আটাইখিনি সিজি থুপঠোপিয়া হোৱাত দুই চামুচ ভিনেগাৰ দি নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat