sweet
#sweet #imarti
এক কাপ উৰাদ ডাল 5 ঘণ্টা মান পানীত তিয়াই ৰাখিলো।পিছত অকণমান পানী দি মিক্সিত মিহি পেষ্ট বনালো।দুই কাপ চেনী ৰ লগত দুই কাপ পানী দি অলপ ঘন চেনী ৰ ৰস বনালো।ডাইল ৰ পেষ্ট টো ৰ লগত এক টেবুল চামুচ cornflour ভালদৰে মিহলাই ললোঁ।লগতে এক চিকুত ফুড কালৰ দিলোঁ।পিছত piping বেগ ত ভৰাই পকাই পকাই ঘি ত ভাজিলোঁ।পিছত চেনী ৰ ৰস ত ডুবাই উঠাই ললোঁ।
Comments
Post a Comment