sweet steam sandesh

#steam #sandesh
  দুই লিটাৰ গাখীৰ ফটা ই চানা বনালো।ঠাণ্ডা হোৱাত হাতেৰে গুৰি কৰি মিক্সিত দিলোঁ।লগত আধা কাপ মিল্কমাইড দিলোঁ।মিহি পেষ্ট বনালো।ষ্টীল ৰ টিফিন এটা ত ঘি মচি লৈ মিশ্ৰণ খিনি ঢালি দিলোঁ।কেৰাহীত ষ্টেণ্ড এডাল দি পানী দি টিফিন টো তাত দি কেৰাহীত ঢাকোন লগাই আধা ঘন্টা মান steam কৰিলোঁ।ঠাণ্ডা হোৱাত কাটি ললোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat