sweet boondi
#sweet #boondi
এক কাপ চেনী ৰ লগত আধা কাপ পানী দি চেনী ৰ ৰস বনালো।তাত ইলাচি গুৰি চেফৰণ আৰু এক চিকুত ফুড কালাৰ দিলোঁ।চেনী গলি অকণমান ঘন হোৱাত নমাই থলোঁ।
এক কাপ বেচন ছালনিৰে চালি ললোঁ।তাত আধা কাপ ৰ অলপ বেছি পানী দি ঘোল এটা বনালো।ঘোল টো বহুত বেছি পাতল ও নহয় আৰু ঘন ও নহয়।পিছত পেন ত ঘি গৰম কৰিলোঁ।লুচী ভজা ফুটা ফুটা থকা হেতা খন ৰ ওপৰত ঘোল অলপ অলপ কৈ দি বুণ্ডিয়া খিনি ভাজিলোঁ।পিছত চেনী ৰ ৰস দি অলপ সময় গেছ ত দিলোঁ।আটাইখিনি ভালদৰে মিহলি হৈ অলপ শুকাই অহাত নমাই থলোঁ।পিছত একেবাৰে ঠাণ্ডা হোৱাত পৰিবেশন কৰিলোঁ।
Comments
Post a Comment