sweet balusshi
#sweet #balusai
ডেৰ কাপ ময়দা,1/4 চামুচ চডা,এক চিকুত নিমখ,আধা কাপ ঘি ভালদৰে মিহলাই ললোঁ।পিছত আধা দৈ আৰু অলপ পানী দি ময়দা খিনি মাৰিলো।ৰুটি ৰ আটা ৰ দৰে মাৰিব নালাগে কিন্তু।অলপ লাৰু টো rough হৈ থাকিলে হব।40 মিনিট মান তেনেকৈ ৰাখিলো।আন ফালে দুই কাপ চেনী আৰু এক কাপ পানী দি চেনী ৰ ৰস বনালো।ৰস খিনি বহুত বেছি ঘন ও হব নালাগে আৰু পাতল ও হব নালাগে।পিছত ময়দা ৰ অলপ ডাঙৰ কৈ লাৰু বনাই চেপেটা কৰি কম জুইত ঘি ত ভাজিলোঁ।ঠাণ্ডা হোৱাত চেনী ৰস ত 2 ঘন্টা মান ৰাখি পিছত পৰিবেশন কৰিলোঁ।
Comments
Post a Comment