Suji mango cake

 #suji #mango #cake
  এক কাপ আম ৰ পেষ্ট,এক কাপ চুজি,এক কাপ ৰ অলপ কম গুৰি চেনী,আধা কাপ ৰিফাইন একেলগে মিহলাই 15 মিনিট ৰাখিলো।পিছত এক চামুচ বেকিং পাউদাৰ আৰু 1/4 কাপ ৰ ও কম গাখীৰ মিহলাই লৈ পিছত বৌল ত দি কেৰাহীত বেক কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat