caramel #steam #curd
4 চামুচ চেনী ৰ লগত অকণমান পানী দি পেন ত লৰাই থাকিলোঁ ৰং change নোহোৱালৈ।তাৰ পিছত গেছ অফ কৰি আধা কাপ গৰম গাখীৰ অলপ অলপ কৈ লৰাই থৈ দিলোঁ।পিছত এক কাপ ঘন দৈ ৰ লগত এক কাপ ৰ কম মিল্কমাইড আৰু caramelised গাখীৰ খিনি দি আটাইখিনি মিক্সিত দি ভালদৰে মিহলাই লৈ পিছত বৌল ত ঢালি লৈ steam কৰিলোঁ।
Comments
Post a Comment