salted atta cookies
#salted #atta #biscuit
এক কাপ বাটাৰ খুব ভালদৰে ফেটি ললোঁ।তাৰ পিছত তাৰ লগত ডেৰ কাপ ৰ অলপ বেছি ৰঙা আটা মিহলাই লৈ ভালদৰে আটা মৰা ৰ দৰে মাৰি ললোঁ।পিছত সৰু বল বনাই কাটা চামুচ দি অলপ ডিজাইন কৰি বেকিং ত্ৰে ত দিলোঁ।microven ৰ convection mode ত 180 ত preheat কৰি লৈ 20 মিনিট সময় বেক কৰিলোঁ।
Comments
Post a Comment