roti sabji

 #roti #vaji
  ৰুটি ময়দা ৰ বনালো।ময়দা ৰ লগত নিমখ ৰিফাইন সানি পিছত পানী দি মাৰি বল বনাই বেলি টাৱা ত সেকিলো।
  আলু গাজৰ কাটি ললোঁ।পেন ত ঘি অলপ দি আলু গাজৰ মটৰ দিলোঁ।নিমখ,জালুক ৰ গুৰি দি ভাজিলোঁ।তাত ধনীয়া পাত কাটি দিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat