#rose #rasgulla
আজি আকৌ বনালো দেই।এক লিটাৰ গাখীৰ ফটাই চানা বনাই ভালদৰে মঠিলোঁ।লগত এক চামুচ cornflour দিলোঁ।হাতেৰে ভালদৰে মথি লৈ পিছত সৰু সৰু বল বনালো।ডেৰ কাপ চেনী 6 কাপ পানী আৰু আধা কাপ rose sarbat এটা চছপেন ত দিলোঁ।চেনী গলি যোৱাত চানা ৰ বল কেইটা দিলোঁ।ঢাকোণী লগাই high flame ত 20 মিনিট উটলিব দিলোঁ।পিছত নমাই থলোঁ।
Comments
Post a Comment