rice platter

কাঁহী খন ত আছে-
১/ভাত পিয়াজ
২/পনীৰ ফ্ৰাই
৩/ৰাজমা কাৰী
 ভাত:চাউল ধুই কুকাৰত ভাত বনালো।
পনীৰ ফ্ৰাই:হালধি নিমখ জলকীয়া গুৰি সানি পেন ত পনীৰ ভাজিলোঁ।
 ৰাজমা কাৰী:ৰাজমা 6 ঘণ্টা মান আগত পানীত তিয়াই ৰাখি পিছত কুকাৰত সিজাই ললোঁ।কেৰাহীত তেল গৰম কৰি গোটা জীৰা অলপ দিলোঁ।তাৰ পিছত পিছি লোৱা আদা নহৰু জলকীয়া পিয়াজ বিলাহী দিলোঁ।লৰাই লৰাই ভালদৰে ভাজিলোঁ।নিমখ হালধি জীৰা ধনীয়া জলকীয়াগুৰি  আৰু গৰম মচলা গুৰি দিলোঁ।লৰাই ৰাজমা খিনি দিলোঁ।পিছত ভালদৰে উটলি অহাত নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat