Rice platter

কাঁহী খন ত আছে-
১/মাখানা পোলাও
২/পাপৰ ফ্ৰাই
৩/sweet corn মটৰ পনীৰ
মাখানা পোলাও:বাচমতী চাউল 15 মিনিট পানী ত তিয়াই উঠাই ৰাখিলো।পিছত কেৰাহীত বাটাৰ আৰু ঘি গৰম কৰি তেজ পাত ডালচিনি লং ইলাচি দিলোঁ।লৰাই মাখানা আৰু সৰু কৈ কাটি লোৱা আলু দিলোঁ।অলপ ভাজি চাউল খিনি দিলোঁ।লৰাই নিমখ অলপ দি অলপ পিছত চাউল ৰ দুগুণ গৰম পানী দি ঢাকোন লগাই দিলোঁ।পিছত পানী শুকাই চাউল সিজা ত নমাই থলোঁ।
 পাপৰ ফ্ৰাই:পাপৰ জুইত সেকি ললোঁ।
Sweet corn মটৰ পনীৰ:বিলাহী জলকীয়া আদা মিক্সিত পিছি ললোঁ।কেৰাহীত ৰিফাইন গৰম কৰি গোটা জীৰা দিলোঁ।পিছত বিলাহী পেষ্ট টো দিলোঁ।লৰাই lorai ভালদৰে ভাজিলোঁ।নিমখ হালধি জীৰা জলকীয়া আৰু ধনীয়া গুৰি দিলোঁ।লৰাই মটৰ sweet corn আৰু পনীৰ দিলোঁ। আকৌ ভাজিলোঁ।লৰাই অলপ দৈ দিলোঁ।অলপ পিছত পানী অকণমান দি পিছত থুপথুপিয়া হোৱাত নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat