rasgulla

#kesor #rasgulla
  আজি আকৌ বনালো ৰাজভোগ মানে কেছৰ ৰসগোল্লা।ডেৰ লিটাৰ গাখীৰ ফটা ই চানা উলিয়াই লৈ পিছত হাতেৰে ভালদৰে মথি সৰু সৰু বল বনালো।বল ৰ মাজত সৰু কৈ কাটি লোৱা পিছটা ভৰাই দিলোঁ।পিছত ডেৰ কাপ চেনী ৰ লগত 6 কাপ পানী দিলোঁ।লগতে আগতে অলপ গৰম পানী ত তিয়াই ৰখা অলপ বেছি কেছৰ চেনী ৰ ৰস ত দিলোঁ।লগতে rose water অলপ দিলোঁ।তাৰ পিছত চেনী গলি যোৱাত বল কেইটা দি high flame ত 15 মিনিট ঢাকোন লগাই দিলোঁ।পিছত আকৌ 5 মিনিট medum flame ত ৰাখি পিছত গেছ অফ কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat