rasgulla
#red (watermelon) #rasgulla
এক লিটাৰ গাখীৰ ফটাই চানা বনাই পিছত এক চামুচ cornflour দি হাতেৰে ভালদৰে মথি লৈ সৰু সৰু বল বনালো।
এটা ডাঙৰ তৰমুজ কাটি টুকুৰা কৰি মিক্সিত দি ৰস বাহিৰ কৰি চেকি ললোঁ।তাত 5 কাপ ৰ বেছি ৰস ওলাল।এই খিনি ৰ লগত আধা কাপ পানী আৰু এক কাপ চেনী দি চছপেন ত দিলোঁ।লগত rose syrup দুই চামুচ দিলোঁ।চেনী গলি পানী খিনি উটলিব ধৰাত চানা ৰ বল কেইটা দি ঢাকোন লগাই high flame 20 মিনিট ৰাখিলো।তাৰ পিছত ঢাকোন আঁতৰাই 5 মিনিট ৰাখি গেছ অফ কৰিলোঁ।
Comments
Post a Comment