posto bhappa
#posto #bhappa
50 গ্ৰাম মান অফুগুটি মিক্সিত মিহিকৈ পিছি ললোঁ।দুটা অলপ ডাঙৰ পিয়াজ আৰু 4 টা মান কেঁচা জলকীয়া সৰু টুকুৰা কৰি কাটি ললো।বিলাহী এটা সৰু টুকুৰা কে কাটি ললোঁ আৰু পনীৰ 50 গ্রাম মান (পনীৰ নিদিলে ও হয়।মোৰ অকণমানি আছিল বাবে দিলোঁ) সৰু টুকুৰা কৰি ললোঁ।আটাইখিনি একেলগে আফু খিনি ৰ লগত এটা টিফিন বাতি ত ললোঁ।নিমখ,এক চিকুত হালধি, মিঠা তেল আৰু অকণমান পানী দি ভালদৰে মিলাই ললোঁ।পিছত টিফিন ৰ ঢাকোণী লগাই কেৰাহীত পানী দি steam কৰিলোঁ।
Comments
Post a Comment