poori

#alu #suji #poori
   দুটা medum size ৰ আলু সিজাই পিটিকি ললোঁ।আধা কাপ চুজি এক কাপ গৰম পানী ত তিয়াই 10 মিনিট ৰাখিলো।পিছত চুজি আলু,কাটি লোৱা ধনীয়া পাত chilli flakes নিমখ ৰিফাইন একেলগে মিলাই লৈ আটা এক কাপ ৰ কম দিলোঁ।আটাইখিনি ভালদৰে মাৰি পিছত বল বনাই বেলি ৰিফাইন ত ভাজিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat