poori mango kheer
#luchi #mangokheer #eggpouch
লুচী কেইখন ময়দা ৰ বনালো।ক্ষীৰ বনাবলৈ আধা কাপ সেৱাই ঘি ত ভালদৰে ভাজিলোঁ।তাৰ পিছত আধা লিটাৰ ৰ বেছি গাখীৰ দিলোঁ।ভালদৰে উটলি ঘন হোৱাত চেনী আৰু ইলাচি গুৰি দিলোঁ।অলপ পিছত নমাই থলোঁ।একেবাৰে ঠাণ্ডা হোৱাত এক কাপ মিক্সিত পেষ্ট বনাই লোৱা পকা আম দি ভালদৰে মিহলাই ললোঁ।
Comments
Post a Comment