poha ball
#poha #ball
ডেৰ কাপ চিৰা ভালকৈ ধুই 15 মিনিট মান এনেই ৰাখিলো।তাৰ পিছত তাত সিজাই পিটিকি লোৱা আলু এক কাপ,কাটি লোৱা পিয়াজ জলকীয়া ধনীয়া পাত দিলো।লগতে নিমখ,আজৱান,ৰুকি লোৱা আদা,আমচুৰ পাউদাৰ অলপ,দৰদৰিয়া কৈ পিচি লোৱা কাজু আধা কাপ আৰু দুই চামুচ বেচন দি ভালদৰে মিহলাই ললোঁ।বেছি শুকান যেন হোৱাত অকণমান পানী ছটিয়াই ললোঁ।পিছত বল বনাই ৰিফাইন ত ভাজিলোঁ।
Comments
Post a Comment