pitha


তিল দি বনোৱা বৰা চাউল ৰ ঘিলা পিঠা।বনাব লৈছিলোঁ কিবা বনালো কিবা হে।
  তিল ধুই ভাজি চেনী দি গুৰি কৰি লৈছিলোঁ মিক্সিত দি।আৰু বৰা চাউল ও মিক্সিত খুন্দি লৈছিলোঁ তিল পিঠা বনাবলৈ।কিন্তু মোৰ কালি পিঠা নুঠিল।সেয়েহে চাউল ৰ গুৰি ৰ লগত তিল গুৰি খিনি মিহলাই তাত অলপ নিমখ,চডা আৰু পানী মিহলাই আটা মৰা ৰ দৰে মাৰি লৈ পিছত লাৰু কৰি হাতেৰে চেপেটা কৰি তেল ত ভাজি ঘিলা পিঠা কে বনাই দিলোঁ।

Comments

Popular posts from this blog

Assamese ketli pitha

dry fruits malpoa suji halwa

Assamese jolpan