#peas poori#alu sabji

#peas #poori #alu #sabji
  পুৰি ৰ বাবে ময়দা ত ৰিফাইন নিমখ আৰু পানী দি মাৰি ললোঁ আৰু পূৰ ৰ বাবে মটৰ সিজাই লৈ আদা কেঁচা জলকীয়া দি মটৰ খিনি মিক্সিত পিচি ললোঁ।পিছত তেল গৰম কৰি আজৱান দি মটৰ খিনি শুকাই যোৱা কৈ ভাজিলোঁ।তাত নিমখ অলপ দিলোঁ।পিছত ময়দা ৰ সৰু বল বনাই মটৰ ৰ পূৰ মাজত সুমাই দি বেলি পুৰি বনালো।
 সৱজি ৰ বাবে আলু বিলাহী পিয়াজ কেঁচা জলকীয়া দীঘলীয়া কৈ কাটি লৈ কুকাৰ ত দিলোঁ।তাত পানী অকণমান,নিমখ আৰু মিঠাতেল দিলোঁ।পিছত এটা চিটি মৰা ত নমাই থলোঁ।ঢাকোণী গুচাই অকণমান উতলাই নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat