peas poori
#peas #poori
#alu #sabji
এক কাপ মটৰ কেঁচা জলকীয়া আৰু ধনীয়া পাত কাটি দি মিক্সিত মিহিকৈ পিচি ললোঁ।দুই কাপ আটা ৰ লগত নিমখ,আজৱান ৰিফাইন অলপ আৰু মটৰ খিনি দি ভালদৰে মিহলাই ললোঁ।পিছত পানী অকণমান দি মাৰি ললোঁ।পিছত সৰু বল বনাই বেলি ৰিফাইন ত ভাজিলোঁ।
Comments
Post a Comment