peas masala dosa
#peas #paneer #masala #dosa
মই যোৱা কালি ও dosa ৰ ৰেচিপি দিছিলোঁ বাবে ৰেচিপি screen shot দিলোঁ।
যোৱা কালি বনোৱা ঘোল আছিল ডেৰ কাপ মান।তাৰ লগত আজি এক কাপ ৰ কম মটৰ মিহিকৈ পিচি মিহলাই দিলোঁ ঘোল তোৰ লগত।আৰু আলু মচলা খিনি কালি ৰ দৰে বনালো।কিন্তু আজি অলপ পনীৰ কাটি মিহলাই দিলোঁ।বনোৱা প্ৰচেছ টো কিছুমানে বিচৰা বাবে viedo দিলোঁ।লগতে বহুতে কালি মোক commnt ৰ উপৰি mgs কৰি সুধিছিলে উৰাদ ডাল মানে কি।উৰাদ ডাল হৈছে বগা বাকলি নথকা মাটি মাহ ৰ ডাইল।
Comments
Post a Comment