pav bhaji

 #pav #vaji
  পাৱ ৰ বাবে দোকান ৰ পৰা পাৱ আনি বাটাৰ দি টাৱা ত সেকি ললোঁ।
 সৱজি ৰ বাবে পানী লাও,আলু,মটৰ কুকাৰ ত সিজাই লৈ হেতা দি অলপ পিটিকি দিলোঁ।কেৰাহীত বাটাৰ গৰম কৰি মিহিকৈ কাটি লোৱা পিয়াজ বিলাহী আৰু নহৰু দি ভালদৰে ভাজি ললোঁ।জলকীয়া গুৰি আৰু পাৱ ভাজি মচলা গুৰি দিলোঁ।তাৰ পিছত সিজাই লোৱা পাচলি খিনি দিলোঁ।নিমখ জোখমতে দি ভালদৰে লৰাই কিছু সময় পিছত নেমু ৰস অলপ দি নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat