#bottlegourd #paratha
দুই কাপ আটা, অকনমান নিমখ,জিৰা ধনীয়া গুৰি,কাটি লোৱা কেঁচা জলকীয়া ৰিফাইন আৰু ৰুকি লোৱা এক কাপ পানীলাও ভালদৰে মিহলাই লৈ পিছত দৈ আধা কাপ দিলোঁ।প্ৰয়োজন হোৱাত পানী অকণমান দি মাৰি লৈ 15 মিনিট মান ৰাখিলো।তাৰ পিছত বল বনাই বেলি টাৱা ত ঘি দি সেকিলো।
Comments
Post a Comment