panner
#pumpkin #paneer
পিয়াজ নহৰু বিহীন।পিয়াজ নহৰু দিব পাৰে।মই দিয়া নাই।ৰেচিপি টো দিলোঁ বাৰু।
সৰু টুকুৰা কৰি কাটি লোৱা ৰঙালাও দুই কাপ,কাটি লোৱা বিলাহী দুটা আদা আৰু কেঁচা জলকীয়া ৰিফাইন ত ভাজি ললোঁ।প্ৰায় ভজা হোৱাত নমাই ঠাণ্ডা হোৱাত পানী অকণমান দি মিক্সিত পিচি ললোঁ।পেন ত ৰিফাইন গৰম হব দি গোটা জিৰা অলপ,হালধি,জিৰা ধনীয়া গুৰি আৰু গৰম মচলা গুৰি অলপ দি লৰাই লাও ৰ পেষ্ট টো দিলোঁ।ঢাকোন লগাই কম জুইত ৰাখিলো।পিছত যেতিয়া তেল বিৰিঙি আহিল পানী অলপ আৰু নিমখ দিলোঁ।লৰাই কাটি লোৱা পনীৰ 200 গ্ৰাম দিলোঁ।আকৌ ঢাকোন লগাই ৰাখিলো।পিছত তেল উঠি অহাত ক্ৰীম অলপ দিলোঁ।লগতে ধনীয়া পাত অলপ কাটি দি লৰাই নমাই থলোঁ।
Comments
Post a Comment