paneer

#white #paneer #korma
  দুটা টুকুৰা কৰি কাটি লোৱা পিয়াজ, আদা অকণমান,কেইফুট মান নহৰু,দুটা জলকীয়া,অকণমান জীৰা আৰু গোটা জালুক,ডালচিনি, ইলাচি আৰু 10 টা মান কাজু কুকাৰত দি ভালদৰে সিজাই ললোঁ।পিছত ঠাণ্ডা হোৱাত ডালচিনি ইলাচি খিনি আঁতৰাই আধা কাপ দৈ ৰ লগত বাকী খিনি বস্তু মিক্সিত মিহি কৈ পেষ্ট বনালো।পেন ত ঘি দি পেষ্ট টো ঢালি দিলোঁ।লৰাই নিমখ,এক চিকুত চেনি দিলোঁ।ঢাকোণী লগাই ৰাখিলো।অলপ পিছত উটলি অহাত গাখীৰ এক কাপ পানী অলপ পনীৰ 250 গ্রাম আৰু ইলাচি গুৰি অলপ দিলোঁ।পিছত ভালদৰে উটলি অহাত নমাই পিছত চেফৰণ গাখীৰ অলপ ওপৰত দি দিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat