paneer finger

 #paneer #fry
  পনীৰ খিনি দীঘলীয়া কৈ কাটি ললোঁ।এটা পাত্ৰ ত অকণমান আদা নহৰু পিচা ললোঁ।তাত নিমখ জলকীয়া গুৰি আৰু দৈ দিলোঁ।আটাইখিনি ভালদৰে মিহলাই লৈ পিছত পনীৰ খিনি তাত লেটীয়াই লেটীয়াই প্লেট এখন ত ৰাখি এক ঘণ্টা ৰ বাবে ফ্ৰীজ ত ৰাখিলো।পিছত অকণমান ময়দা ৰ লগত জলকীয়া গুৰি আৰু অকণমান পানী দি এটা ঘোল বনালো।তাৰ পিছত পেন ত ৰিফাইন গৰম হব দিলোঁ।ফ্ৰীজ ৰ পৰা পনীৰ খিনি উলিয়াই লৈ এপিছ এপিছ কৈ ময়দা ৰ ঘোল টোত লেটীয়াই লৈ শুকান oats লেটীয়াই ৰিফাইন ত ভাজিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat