pancake

#banana #pancake
  5 টা সৰু মালভোগ কল মিক্সিত পিচি ললোঁ।দুই কাপ ময়দা,অলপ চেনী,নিমখ,গলাই লোৱা বাটাৰ 1/4 কাপ,এক চামুচ বেকিং পাউদাৰ,পিচি লোৱা কল আৰু জোখমতে গাখীৰ দি ঘোল টো বনালো।পিছত ননষ্টিক টাৱা ত এখন এখন কৈ পিঠা কেইটা বনালো।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat