pancake
#carrot #riceflour #pancake #milk #halwa
1 কাপ চাউল ৰ গুৰি,আধা কাপ চুজি,3 টা মিক্সিত মিহি কৈ পিচি লোৱা গাজৰ,গুৰি চেনী,নিমখ,এক চিকুত চডা,বেকিং এক চামুচ,গলাই লোৱা বাটাৰ অলপ আৰু গাখীৰ মিহলাই ঘোলটো বনাই 20 মিনিট মান ৰাখিলো।পিছত এটা এটা কৈ পেন ত পিঠা কেইটা বনালো।
Comments
Post a Comment