no bake chocolate cake
#nobake #dark #chocolate #cake
।আধা কাপ dark chocolate গলাই ললোঁ।তাত আধা কাপ গাখীৰ,1/4 কাপ মিল্কমাইড,দুই চামুচ বাটাৰ আৰু 1/4 কাপ আমূল ক্ৰীম দি ভালদৰে মিহলাই ললোঁ।অলপ ঠাণ্ডা হব দিলোঁ।তাৰ পিছত nutri choice digestive বিস্কুইট (250 ৰ দুটা পেকেট ৰ ডেৰ পেকেট দিলোঁ) হাতেৰে ভাঙি ভাঙি চকলেট খিনি ত মিহলাই ললোঁ।শুকান যেন হোৱাত প্লাষ্টিক পেপাৰ এখন ত দি মেৰুৱাই লৈ 2 ঘণ্টা মান ফ্ৰীজ ত ৰাখিলো।পিছত dark চকলেট গলাই অলপ ক্ৰীম মিহলাই লৈ কেক টো ফ্ৰীজ ৰ পৰা ওলাই পেপাৰ আঁতৰাই লৈ তাৰ ওপৰত ঢালি দিলোঁ।আকৌ আধা ঘন্টা মান ফ্ৰীজ ত ৰাখি পিছত কাটি ললোঁ।
Comments
Post a Comment