#nankatai #suji #atta
আধা কাপ গুৰি চেনী,এক কাপ ঘি বাটাৰ মিহলাই(দুই বিধ মিলি এক কাপ) ভালদৰে ফেটি ললোঁ।তাৰ পিছত আধা কাপ চুজি এক কাপ ৰ অলপ কম আটা দি ভালদৰে মিহলাই ললোঁ।অলপ ইলাচি গুৰি ও দিলোঁ।তাৰ পিছত সৰু লাৰু বনাই চেপেটা কৰি বেকিং ত্ৰে ত দি 180° preheat কৰি 20 মিনিট সময় বেক কৰিলোঁ।
Comments
Post a Comment