mushroom matar masala

#mushrum #matar #masala
কেৰাহীত ঘি গৰম কৰি কাটি লোৱা আদা নহৰু পিয়াজ জলকীয়া দিলোঁ।চলপ ভাজি কাটি লোৱা বিলাহী দিলোঁ।গোটেই খিনি ভালদৰে ভাজিলোঁ।পিছত নমাই ঠাণ্ডা হোৱাত মিক্সিত মিহি পেষ্ট কৰিলোঁ।তাৰ পিছত সেইখন কেৰাহীত আকৌ অলপ ঘি দি গোটা জীৰা অলপ দিলোঁ।তাৰ পিছত কাটি লোৱা মাচৰুম দিলোঁ।লৰাই নিমখ হালধি জীৰা গুৰি ধনীয়া গুৰি জলকীয়া আৰু মটৰ দিলোঁ।লৰাই অলপ সময় ভজা পিছত পিছি লোৱা পেষ্ট টো দিলোঁ।লৰাই ঢাকোণী লগাই medum flame ৰাখিলো।কিছু সময় পিছত যেতিয়া তেল বিৰিঙি আহিল অকণমান পানী দিলোঁ।আকৌ যেতিয়া উটলি থুপথুপিয়া হল ক্ৰীম অলপ দিলোঁ।পিছত লৰাই নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat