masala dosa
দুই কাপ ভাত খোৱা চাউল এক কাপ উৰাদ ডাইল,1/4 কাপ বুট ৰ ডাইল একেলগে 5 ঘণ্টা মান তিয়াই ৰাখি পিছত মিক্সিত মিহিকৈ পিচি পেষ্ট বনালো।এই পেষ্ট টো 6 ঘণ্টা মান ৰাখিলো।পিছত টাৱা ত এটা এটা কৈ dosa কেইটা বনালো।
মছলা ৰ বাবে পেন ত তেল গৰম কৰি জিৰা সৰিয়হ আৰু হিং এক চিকুত দিলোঁ।পিছত কাটি লোৱা পিয়াজ,জলকীয়া আৰু ৰুকি লোৱা আদা দিলোঁ।নিমখ হালধি দি পিছত সিজাই লোৱা আলু দিলো।ভালদৰে ভাজি ধনীয়া পাত কাটি দি নমাই থলোঁ।
Comments
Post a Comment