mango pudding

#mango #steam #curd
  এক কাপ ঘন দৈ,এক কাপ মিল্কমাইড,আধা কাপ মিক্সিত দি পিচি লোৱা আম ৰ পেষ্ট আৰু আধা কাপ গাখীৰ একেলগে মিহলাই পিছত সৰু সৰু ষ্টীল ৰ বাতি ত দি steam কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat