mango dessert
আধা লিটাৰ গাখীৰ উতলাই অলপ ঘন কৰিলোঁ।তাৰ পিছত তাত 3 চামুচ কাষ্টাৰ্ড পাউদাৰ অকণমান ঠাণ্ডা গাখীৰত মিহলাই দিলোঁ।লৰাই অকণমান পিছত আধা কাপ white chocolate দিলোঁ।চকলেট খিনি গলি অলপ ঘন হোৱাত আধা কাপ আমূল ক্ৰীম দিলোঁ।তাৰ পিছত নমাই থলোঁ।ঠাণ্ডা হোৱাত এক কাপ পকা আম ৰ পেষ্ট মিহলাই দিলোঁ।
Comments
Post a Comment