Maggie

#chilli #maggie
  এটা কেৰাহীত পানী গৰম হব দি তাত দুই পেকেট মেগী আৰু মচলা খিনি দিলোঁ।আন এটা কেৰাহীত ৰিফাইন অলপ দি তাত কাটি লোৱা পনীৰ 150 গ্ৰাম মান,এটা কেপস্বীকাম, এটা ডাঙৰ পিয়াজ আৰু ৰুকি লোৱা নহৰু অলপ দি ভাজিলোঁ।তাত জালুক ৰ গুৰি অলপ,চয়া চচ,চিলি চচ, তমটো চচ আৰু নিমখ অকণমান দিলোঁ।লৰাই high flame ভাজিলোঁ।আন ফালে মেগী খিনি সিজা ত ভাজি থকা কেৰাহীত মেগী ঢালি দিলোঁ।লৰাই নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat