Maggie masala

 #masala #maggie
 
   আলু পিয়াজ জলকীয়া গাজৰ সৰু সৰু কৈ কাটি ললোঁ।কেৰাহীত ৰিফাইন দি কাটি লোৱা পাচলি খিনি আৰু মটৰ কেইটামান দিলোঁ।লৰাই নিমখ অলপ দি অলপ সময় ভাজিলোঁ।পিছত মেগী ,মেগী মছলা খিনি দি জোখমতে পানী দিলোঁ।পিছত অলপ পাৱ ভাজি মছলা গুৰি অলপ দিলোঁ।ভালদৰে উটলি পানী শুকাই যোৱাত নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat