luchi vaji


লুচী আলু ভাজি কণী পোচ কেছৰ ক্ষীৰ।ময়দা মাৰি লুচী বনালো।আলু নিমখ হালধি দি ভাজিলোঁ।গাখীৰ উতলাই উতলাই আধা ত কৈ ও কম কৰিলোঁ।তাত অলপ মিল্কমাইড আৰু চেফৰণ গাখীৰ দিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat