luchi channa dal

 #luchi #channa #dal
  ময়দা ৰ লগত নিমখ আৰু ৰিফাইন মিহলাই অলপ পানী দি মাৰি লৈ সৰু লাৰু বনাই বেলি ৰিফাইন ত ভাজিলোঁ লুচি খিনি।।
  বুট ৰ ডাইল খিনি 2 ঘণ্টা মান পানী ত তিয়াই পিছত কুকাৰত সিজাই ললো।পিছত তেল গৰম গোটা জীৰা দি তাত কাটি লোৱা বিলাহী আদা জলকীয়া ধনীয়া দিলো।তাৰ পিছত হালধি জলকীয়া গুৰি নিমখ দি ডাইল খিনি ঢালি দিলোঁ।উটলি অহাত নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat