kaju cookies

#kaju #milkpowder #biscuit
  আধা কাপ গুৰি চেনী এক কাপ বাটাৰ ভালদৰে ফেটি ললোঁ।তাৰ পিছত তাত এক চিকুত চডা,আধা চামুচ বেকিং পাউদাৰ,এক কাপ ময়দা,1/4 কাপ কাজু গুৰি,1/4 কাপ পাউদাৰ গাখীৰ দি ভালদৰে মিহলাই লৈ পিছত প্লাষ্টিক পেপাৰ ত মেৰিয়াই এক ঘণ্টা ফ্ৰীজ ত ৰাখিলো।পিছত ফ্ৰীজ ৰ পৰা ওলাই কাটি বেকিং ট্ৰে ত দিলোঁ।microven ৰ convection mode ত 180 ত preheat কৰি  15 মিনিট ৰ বাবে বেক কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat