kachha golla

 #sweet #kachhagulla
  দুই লিটাৰ গাখীৰ ফটাই ললোঁ।তাৰ পিছত চানা খিনি ভালদৰে হাতেৰে মথি ললোঁ।তাৰে দুভাগ কৰিলোঁ।এটা ভাগ ননষ্টিক পেন ত দি কম জুইত অলপ ভাজিলোঁ।তাৰ পিছত তাত অকণমান rose water আৰু আধা কাপ মিল্কমাইড দিলোঁ।লৰাই ভাজি শুকাই অহাত নমাই থলোঁ।তাৰ পিছত আধা খিনি চানা ৰ লগত ভজা খিনি ভালদৰে মিহলাই লৈ এটা এটা কৈ লাৰু বনালো।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat