jhuri alu vaja

#jhuri #aloo #vaja
  আলু ৰ বাকলি গুচাই ধুই দীঘলীয়া কৈ ৰুকণি ত ৰুকি ললোঁ।ৰুকি লৈ 4/5 বাৰ মান পানী ত ডুবাই ডুবাই ধুই ললোঁ।ভালদৰে ধোঁৱা হোৱা ৰ পিছত হাতেৰে চেপি পানী ৰ পৰা উঠাই পেপাৰ এখন ত পাতল কৈ ৰাখিলো যাতে পানী শুকাই যায়।কেৰাহীত তেল অলপ বেছি লৈ ভালদৰে গৰম হব দিলোঁ।নৰসিংহ পাত আৰু বাদাম ভাজি উঠাই ৰাখিলো।তাৰ পিছত আলু খিনি অলপ অলপ কৈ দি high flame ত লৰাই লৰাই ভালকৈ ভাজি উঠাই ৰাখিলো।পিছত বাদাম নৰসিংহ ৰ লগত মিলাই ললোঁ।আৰু অকণমান নিমখ আৰু চাট মচলা গুৰি চটিয়াই দিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat